Posts

Showing posts from September, 2023

Bhut pret tantra nibaran narasimha sawar mantra:-

Image

Narayan kavach in Assamese:-

নাৰায়ণ কবচ ------------------------- শুক নিগদতি শুনা সুভদ্ৰাৰ নাতি। বিশ্বৰূপে এহি অঙ্গীকাৰ কৰি আতি।। দেৱগণে বৰিলা ভৈলন্ত পুৰোহিত। কৰিলন্ত কাৰ্য্য যত গুৰুৰ বিহিত।। অসুৰক ৰক্ষা কৰে শুক্ৰৰ বিদ্যায়। তাক নষ্ট কৰিবাক দিলন্ত উপায়।। নাৰায়ণ কৱচ দিলন্ত বাসৱক । যাক পায় ইন্দ্র সব জিনিলা দৈত্যক।। পুনু ত্ৰৈলোক্যৰ লক্ষ্মী পায়া সুৰপতি। কৃষ্ণৰ প্ৰসাদে সৱে তৰিলা বিপত্তি।। হেন শুনি পৰীক্ষিতে পুছন্ত শুকত। কহিয়ো বান্ধৱ গুৰু মহাভাগৱত।। তুমি মোৰ প্ৰাণবন্ধু নাহি মোৰ আন। কৰিয়োক মোক কৃষ্ণ কথা মধু পান।। হৰি কথা ৰসে মোৰ নিমজিল চিত। মৰাৰ মুখত যেন ঢালিল অমৃত।। নাৰায়ণ কৱচক পাই শচীপতি। লীলায়ে দৈত্যক জিনি সাধিলা জয়তি৷৷ সেহি কৱচৰ কথা মোত কহিয়োক। চৰণে শৰণ লৈলো উদ্ধাৰিয়ো মোক।। ৰাজাৰ বচনে শুক ভৈল আনন্দিত। হাসিয়া বোলন্ত শুনা ৰাজা পৰীক্ষিত।। পুৰোহিত হুয়া বিশ্বৰূপে মহামতি।  সাৱধানে পুছে হেন বাসৱক প্রতি।। নাৰায়ণ কৱচ কহিলা সাৱহিতে। তাক এবে কহোঁ ৰাজা শুনা একচিতে।। বিশ্বৰূপে বদতি শুনিয়ো হৰিহয়। যদি অকস্মাৎ আহি মিলে মহাভয়।। হস্তপদ প্ৰক্ষালিয়া উত্তৰৰ মুখে। কুশহস্তে আচমন কৰি মহাসুখে।। মূলমন্ত্রে অঙ্গন্যাস কৰন...

Hanuman raksha Mantra:-

Image

Maa kali rin Mukti mantra:-

Image

Raksha Mantra -

Image

Narasimha raksha Mantra:-

ॐ नमो महा नरसिंहाय-सिंहाय सिंह-मुखाय विकटाय वज्रदन्त-नखाय माम् रक्ष-रक्ष मम शरीरं नख-शिखा पर्यन्तं रक्ष रक्षां कुरु-कुरु मदीय शरीरं वज्रांगम कुरु-कुरु पर-यंत्र, पर-मंत्र, पर-तंत्राणां क्षिणु-क्षिणु खड्गादि-धनु-बाण-अग्नि-भुशंडी आदि शस्त्राणां इंद्र-वज्रादि ब्रह्मस्त्राणां स्तम्भय-स्तम्भय,जलाग्नि-मध्ये रक्ष गृह-मध्ये ग्राम-मध्ये नगर-मध्ये नगर-मध्ये वन-मध्ये रण-मध्ये श्मशान-मध्ये रक्ष-रक्ष,राज-द्वारे राज-सभा मध्ये रक्ष रक्षां कुरु-कुरु, भूत-प्रेत-पिशाच -देव-दानव-यक्ष-किन्नर-राक्षस, ब्रह्म-राक्षस, डाकिनी-शाकिनी-मौन्जियादि अविधं प्रेतानां भस्मं कुरु-कुरु भो:अत्र्यम- गिरोसिंही-सिंहमुखी ज्वलज्ज्वाला जिव्हे कराल-वदने मां रक्ष-रक्ष, मम शरीरं वज्रमय कुरु-कुरु दश-दिशां बंध-बंध वज्र-कोटं कुरु-कुरु आत्म-चक्रं भ्रमावर्त सर्वत्रं रक्ष रक्ष सर्वभयं नाशय-नाशय व्याघ्र -सर्प-वराह-चौरदिन बन्धय-बन्धय, पिशाच-श्वान दूतान्कीलय-कीलय हुम् हुम् फट।।