নাৰায়নাস্ত্ৰ মন্ত্ৰ Naraynastra mantra

মন্ত্ৰঃ- ''হৰি ওঁম নমো ভগবতে  শ্ৰীনাৰায়নায় নমো নাৰায়নায় বিশ্ব মূৰ্তয়এ নমঃ শ্ৰী পুৰুষোত্তমায় পুস্পদৃষ্টিঙ প্ৰত্যেকক্ষং ৱা পৰোক্ষং ৱা অৰ্জীণং পঞ্চবিষুচিকাঙ হনহন ঐকাহিকং দ্বাহিকং ত্ৰাহিকং চাতুৰ্থীকং জ্বৰং নাশয়-২ চতুৰশিতি বাতানস্তা দশকোষ্ঠান্ অস্তাদশক্ষয় ৰোগান হন হন সৰ্বদোষাণ ভঞ্জয়-২ ততসৰ্ব নাশয়-২ শোষয়-২ আকৰ্ষয়-২ শত্ৰুন শত্ৰুন মাৰয়-২ উচ্চাতয়োচ্চাতয় বিদ্ধেষয়-২ স্তম্ভয়-২ নিবাৰয়-২ বিঘ্নেৰ্হন বিঘ্নেৰ্হন দহ দহ মথ মথ বিধ্বংসয় বিধ্বংসয় চক্ৰং গৃহিত্বা শিঘ্ৰমাগচ্ছাগচ্ছ চক্ৰেন হত্বা পৰবিদ্যাঙ ছেদয় ছেদয় ভেদয় ভেদয় চতুহশিতানি বিস্ফোতয়
বিস্ফোতয় অৰ্শবাতশূল দৃষ্টিঙ সৰ্প সিংহ ব্যাঘ্ৰ দ্ধিপদ চতুষ্পদ-পদ-ব্ৰাহ্মণদিবি ভূব্যন্তৰিক্ষে অন্যেচ্ছচপি কেশিত তান্দ্ৰেষকাঞ্চবাৰ্ন  হন হন বিদ্যুমনেঘনদি পৰ্বতাটবি সৰ্বস্হান ৰাত্ৰিদিন পথচৌৰান্ বশং কুৰু কুৰু হৰি ॐ নমো ভগবতে হ্ৰীঙ হূঙ ফত্ স্বাহা ঠঃ ঠং ঠং ঠঃ নমঃ।।''



এইয়া ভগৱান নাৰায়ণৰ অমোঘ অস্ত্ৰ। এই মন্ত্ৰ সিদ্ধ কৰি বিপদৰ পৰা ৰক্ষা পোৱাৰ লগতে ভূত প্ৰেত যাদু মণ্ত্ৰৰ পৰা ৰক্ষা পোৱাৰ লগতে বেমাৰ আজাৰ পৰা ৰক্ষা পাব পাৰি। ভোজ পত্ৰত লিখিলৈ ''সৰ্ব্ব ৰক্ষা কৰা" বুলি বাহুত বা কণ্ঠত ধাৰণ কৰিলে সকলো বিপদৰ পৰা ৰক্ষা পাব।
বিঃদ্ৰঃ  এই মন্ত্ৰ ভূূল কামত ভূল ৰূপে ব্যৱহাৰ কৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হব পাৰে বা মৃত্যু তুল্য কষ্ট হব পাৰে। ইয়াৰ পৰা সদায় সাবধান হব। ইয়াত মোৰ বা মই কোনো ধৰণৰ দায়িত্ব বা আইনী বা অন্য কোনো ধৰণে দায়ী নহও।


Comments

  1. এই মন্ত্ৰটি কেনেদৰে সিদ্ধ কৰা হয় গুৰুদেৱ? অনুগ্ৰহ কৰি জনাব।

    ReplyDelete

Post a Comment

Popular posts from this blog

Narayan kavach in Assamese:-

হনুমান চালিশা/Hanuman chalisha assamese