Maa Kali Raksha Mantra:- Get link Facebook X Pinterest Email Other Apps November 09, 2023 काली काली महाकाली,जन जन की तू रखवाली किया कराया धरा धराया, जाने भेजो वाही के सिर पड़े इतना ना करे तो अपने गुरु के रक्त मे स्नान करेफले मंत्र ईश्वरी वाचा, मेरे गुरु का शब्द है साचा. Get link Facebook X Pinterest Email Other Apps Comments
Narayan kavach in Assamese:- September 22, 2023 নাৰায়ণ কবচ ------------------------- শুক নিগদতি শুনা সুভদ্ৰাৰ নাতি। বিশ্বৰূপে এহি অঙ্গীকাৰ কৰি আতি।। দেৱগণে বৰিলা ভৈলন্ত পুৰোহিত। কৰিলন্ত কাৰ্য্য যত গুৰুৰ বিহিত।। অসুৰক ৰক্ষা কৰে শুক্ৰৰ বিদ্যায়। তাক নষ্ট কৰিবাক দিলন্ত উপায়।। নাৰায়ণ কৱচ দিলন্ত বাসৱক । যাক পায় ইন্দ্র সব জিনিলা দৈত্যক।। পুনু ত্ৰৈলোক্যৰ লক্ষ্মী পায়া সুৰপতি। কৃষ্ণৰ প্ৰসাদে সৱে তৰিলা বিপত্তি।। হেন শুনি পৰীক্ষিতে পুছন্ত শুকত। কহিয়ো বান্ধৱ গুৰু মহাভাগৱত।। তুমি মোৰ প্ৰাণবন্ধু নাহি মোৰ আন। কৰিয়োক মোক কৃষ্ণ কথা মধু পান।। হৰি কথা ৰসে মোৰ নিমজিল চিত। মৰাৰ মুখত যেন ঢালিল অমৃত।। নাৰায়ণ কৱচক পাই শচীপতি। লীলায়ে দৈত্যক জিনি সাধিলা জয়তি৷৷ সেহি কৱচৰ কথা মোত কহিয়োক। চৰণে শৰণ লৈলো উদ্ধাৰিয়ো মোক।। ৰাজাৰ বচনে শুক ভৈল আনন্দিত। হাসিয়া বোলন্ত শুনা ৰাজা পৰীক্ষিত।। পুৰোহিত হুয়া বিশ্বৰূপে মহামতি। সাৱধানে পুছে হেন বাসৱক প্রতি।। নাৰায়ণ কৱচ কহিলা সাৱহিতে। তাক এবে কহোঁ ৰাজা শুনা একচিতে।। বিশ্বৰূপে বদতি শুনিয়ো হৰিহয়। যদি অকস্মাৎ আহি মিলে মহাভয়।। হস্তপদ প্ৰক্ষালিয়া উত্তৰৰ মুখে। কুশহস্তে আচমন কৰি মহাসুখে।। মূলমন্ত্রে অঙ্গন্যাস কৰন... Read more
নাৰায়নাস্ত্ৰ মন্ত্ৰ Naraynastra mantra December 24, 2019 মন্ত্ৰঃ- ''হৰি ওঁম নমো ভগবতে শ্ৰীনাৰায়নায় নমো নাৰায়নায় বিশ্ব মূৰ্তয়এ নমঃ শ্ৰী পুৰুষোত্তমায় পুস্পদৃষ্টিঙ প্ৰত্যেকক্ষং ৱা পৰোক্ষং ৱা অৰ্জীণং পঞ্চবিষুচিকাঙ হনহন ঐকাহিকং দ্বাহিকং ত্ৰাহিকং চাতুৰ্থীকং জ্বৰং নাশয়-২ চতুৰশিতি বাতানস্তা দশকোষ্ঠান্ অস্তাদশক্ষয় ৰোগান হন হন সৰ্বদোষাণ ভঞ্জয়-২ ততসৰ্ব নাশয়-২ শোষয়-২ আকৰ্ষয়-২ শত্ৰুন শত্ৰুন মাৰয়-২ উচ্চাতয়োচ্চাতয় বিদ্ধেষয়-২ স্তম্ভয়-২ নিবাৰয়-২ বিঘ্নেৰ্হন বিঘ্নেৰ্হন দহ দহ মথ মথ বিধ্বংসয় বিধ্বংসয় চক্ৰং গৃহিত্বা শিঘ্ৰমাগচ্ছাগচ্ছ চক্ৰেন হত্বা পৰবিদ্যাঙ ছেদয় ছেদয় ভেদয় ভেদয় চতুহশিতানি বিস্ফোতয় বিস্ফোতয় অৰ্শবাতশূল দৃষ্টিঙ সৰ্প সিংহ ব্যাঘ্ৰ দ্ধিপদ চতুষ্পদ-পদ-ব্ৰাহ্মণদিবি ভূব্যন্তৰিক্ষে অন্যেচ্ছচপি কেশিত তান্দ্ৰেষকাঞ্চবাৰ্ন হন হন বিদ্যুমনেঘনদি পৰ্বতাটবি সৰ্বস্হান ৰাত্ৰিদিন পথচৌৰান্ বশং কুৰু কুৰু হৰি ॐ নমো ভগবতে হ্ৰীঙ হূঙ ফত্ স্বাহা ঠঃ ঠং ঠং ঠঃ নমঃ।।'' এইয়া ভগৱান নাৰায়ণৰ অমোঘ অস্ত্ৰ। এই মন্ত্ৰ সিদ্ধ কৰি বিপদৰ পৰা ৰক্ষা পোৱাৰ লগতে ভূত প্ৰেত যাদু মণ্ত্ৰৰ পৰা ৰক্ষা পোৱাৰ লগতে বেমাৰ আজাৰ পৰা ৰক্ষা পাব পাৰি। ভোজ পত্ৰত লিখিলৈ ... Read more
হনুমান চালিশা/Hanuman chalisha assamese December 08, 2019 HANUMAN CHALISHA ASSAMESE হনুমান চালিশা দোহা শ্রী গুৰু চৰণ সৰোজ ৰজ নিজমন মুকৰ সুধাৰি। বৰণৌ ৰঘুবৰ বিমলযশ জো দায়ক ফলচাৰি।। বুদ্ধিহীন তনুজানিকে সুমিৰৌ পবন কুমাৰ। বল বুদ্ধি বিদ্যা দেহু মোহি হৰহু কলেশ বিকাৰ।। চোপয় জয় হনুমান জ্ঞান গুণ সাগৰ। জয় কপীশ তিহু লোক উজাগৰ।।১।। ৰামদূত অতুলিত বলধামা । অংজনি পুত্র পবনসুত নামা ।।২।। মহাবীৰ বিক্রম বজৰংগী । কুমতি নিবাৰ সুমতি কে সংগী।।৩।। কাঞ্চন বৰণ বিৰাজ সুবেশা । কানন কুণ্ডল কুঞ্চিত কেশা।।৪।। হাতবজ্র ঔ ধ্বজা বিৰাজৈ । কান্ধে মোজ জনেউ সাজৈ ।।৫।। শংকৰ সুবন কেসৰী নন্দন । তেজ প্রতাপ মহাজগ বন্দন।।৬।। বিদ্যাবান গুণী অতি চাতুৰ। ৰাম কাজ কৰিবে কো আতুৰ।।৭।। প্রভু চৰিত্ৰ সুনিবে কো ৰসিয়া। ৰাম লক্ষ্মণ সীতা মন বসিয়াা।।৮।। সূক্ষ্ম ৰুপধৰি সিয়হি দিখাবা। বিকট ৰুপধৰি লংকা জৰাবা।।৯।। ভীম ৰুপধৰি অসুৰ সংহাৰে। ৰামচন্দ্ৰ কে কাজ সংবাৰে।।১০।।... Read more
Comments
Post a Comment